ধেমাজিৰ চমৰাজানত মৃতদেহ উদ্ধাৰ

65

ধেমাজিৰ চমৰাজানত মৃতদেহ উদ্ধাৰ।

মৃতদেহটো ২ নং শান্তিপুৰৰ গণেশ বৰ্মনৰ।

শনিবাৰে জীয়াঢলত মাছ মাৰিবলৈ গৈছিল গণেশ।

তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল গণেশ।

আজি চমৰাজানত জীয়াঢল নদীত উদ্ধাৰ মৃতদেহটো।

SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।