ধাৰাসাৰ বৰষুণৰ মাজতে গুজৰাটৰ দ্বাৰকাত অঘটন

44

ধাৰাসাৰ বৰষুণৰ মাজতে গুজৰাটৰ দ্বাৰকাত অঘটন।

৩ মহলীয়া অট্টালিকা ভাগি তিনিজন নিহত, ৫জনক উদ্ধাৰ।

দ্বাৰকা জিলাৰ জাম খাম্ভলিয়া চহৰত তিনিমহলীয়া জৰাজীৰ্ণ অট্টালিকা ভাঙি এগৰাকী বৃদ্ধা আৰু তেওঁৰ দুগৰাকী নাতিনীয়েকৰ মৃত্যু।

ইতিমধ্যে প্ৰশাসনে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।