দৰঙৰ খাৰুপেটীয়াত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ



দৰঙৰ খাৰুপেটীয়াত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ
চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে। অত্যাধিক হাৰত বৃদ্ধি কৰা পৌৰ কৰ প্ৰত্যাহাৰ দাবীত এই প্ৰতিবাদ।

খাৰুপেটীয়াৰ পৌৰসভা কাৰ্যলয়ৰ সন্মুখত বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *