দেশত আন এক আতংক

42

দেশত আন এক আতংক।

উল্লেখযোগ্য যে এইবাৰ দেশত বাৰ্ড ফ্লুৰ আতংক!

এভিয়ান ইনফ্লুয়েঞ্জাৰ পৰা সকলো ৰাজ্যক সতৰ্ক থাকিবলৈ আহ্বান কেন্দ্ৰৰ।

কুকুৰা, হাঁহ অথবা যিকোনো পক্ষীৰ অস্বাভাৱিক মৃত্যুত পশুপালন বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান।