দুজন যুৱকে ৩২ দিনত খোজকাঢ়ি পালে মৈৰাবাৰীৰ পাতেকীবড়ী সত্ৰ

সুদূৰ ডিব্ৰুগড়ৰৰ পৰা দুজন যুবক ৩২ দিনত খোজকাঢ়ি পালে মৈৰাবাৰীৰ পাতেকীবড়ী সত্ৰলৈ।

মৈৰাবাৰীৰ আলীপুখুৰী পাতেকীবড়ী সত্ৰত সুদূৰ ডিব্ৰুগড়ৰৰ পৰা দুজন যুবক খোজকাঢ়ি বাৰখন জিলা অতিক্ৰম কৰি আজি ৩২ দিনৰ মুৰত আহি পালে সত্ৰ খনত। ডিব্ৰুগড়ৰ জিলাৰ দুলীয়াজানৰ কেশৱ গগৈ আৰু তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মণ গগৈয়ে অসমৰ প্ৰতিখন জিলা খোজকাঢ়ি বিভিন্ন জনগোষ্ঠীৰ সৈতে মত বিনিময় কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। টকা পইচা নোহোৱাকৈ পদযাত্ৰাৰে অসমৰ প্ৰতিখন জিলা ফুৰিবলৈ সক্ষম হ’ব পাৰি বুলি মত প্ৰকাশ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *