দীৰ্ঘবিৰতিৰ অন্তত পুনৰ ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা দাস।
নাডা পেনেলৰ পৰা সেউজ সংকেত পোৱাৰ পাছতেই এই সুখবৰ।
আজি বাংগালুৰুত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স-১লৈ উভতিব হিমা।
মহিলাৰ ২০০ মিটাৰ দৌৰৰ বাবে AFIৰ তালিকাত হিমা দাস।