দক্ষিণ কামৰূপ বকোৰ নাগোপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নাগোপাৰা শিব মন্দিৰ ওচৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰন হেৰুৱাই খুন্দা মাৰে পথৰ কাষক থক আমৰ গছত ৷ দুৰ্ঘটনাত ট্ৰাকখনৰ হেণ্ডিমেন জন থিতাতে নিহত হয় ৷ ট্ৰাকখনৰ হেণ্ডিমেনৰ মৃতদেহ বহু সময় আবদ্ধ হৈ থাকে ৷ ঘটনাস্থলিত বকো আৰক্ষীৰ লগতে sdrf উপস্থিত হৈ মৃতদেহ উদ্বাৰ কৰে ৷ ট্ৰাক খনৰ নম্বৰ NL 01 K 9817 ৷ নিহত লোকজনৰ পৰিচয় উদ্বাৰ হোৱা নাই ৷

