তিনিচুকীয়াৰ CRPFৰ জোৱান হত্যাৰে জড়িত দুজনক আটক

তিনিচুকীয়াৰ CRPFৰ জোৱান হত্যাৰে জড়িত দুজনক আটক। চাও নিউটা মিন, চাঁও আৰ্ভি খেনক আটক আৰক্ষীৰ। অসম আৰক্ষী-অৰুণাচল আৰক্ষীয়ে চলাইছিল অভিযান। নামচাই আৰু চাংলাং জিলাৰ পৰা আটক ২ দুৰ্বৃত্তক। চাংলাইৰ চাও নিউটা মিন, জেংলাইৰ বাসিন্দা চাও আৰ্ভি খেন। নামচাইলৈ ৰাওনা হৈছে বৰডুমচা আৰক্ষী। বুধবাৰে বৰডুমচাত ঘপিয়াই হত্যা কৰা হৈছিল CRPF জোৱানক। CCTVৰ দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুয়োকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *