তাজমহল প্ৰেমৰ প্ৰতীক নহয়

তাজমহল প্ৰেমৰ প্ৰতীক নহয়!শ্বাহজাহানে তেওঁৰ চতুৰ্থ পত্নী মুমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। যদি তেওঁ মমতাজক ভাল পাইছিল, তেন্তে মমতাজৰ মৃত্যুৰ পিছত তিনিগুণ বেছি বিয়া কিয় কৰিলে শ্বাহজাহানে।এনেধৰণৰ মন্তব্য কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল ৰূপজ্যোতি কুৰ্মী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *