ঢকুৱাখনাত পঞ্জাৱ নেচনেল বেংকৰ ATMত আজব কাণ্ড

36

ঢকুৱাখনাত পঞ্জাৱ নেচনেল বেংকৰ ATMত আজব কাণ্ড।

১০ হাজাৰ টকা উলিয়াওতে ওলাল ৯,০৪০ টকাহে।

৫০০ টকীয়া নোটৰ মাজত সোমাই আহিল দুখন ২০ টকীয়া নোট।

ঢকুৱাখনাৰ ব্লক চাৰিআলিৰ PNBৰ ATMত এই ঘটনা।

মাজুলীৰ তিলক হাজৰিকাই ডেবিট কাৰ্ডেৰে উলিয়াইছিল ধন।

বেংক কৰ্তৃপক্ষক যোগাযোগ কৰিও নাপালে কোনো সঁহাৰি।