ডিমৌত সংঘটিত হৈছে ভয়ংকৰ ঘটনা

ডিমৌত সংঘটিত ভয়ংকৰ ঘটনা পোহৰলৈ। টেংকাৰৰ ৱেল্ডিঙৰ কাম কৰিবলৈ গৈ অগ্নিদগ্ধ হৈ যুৱকৰ মৃত্যু। ৮০ শতাংশ অগ্নিদগ্ধ হৈ মৃত্যু হবিবুল আলীৰ। বিভিন্ন পক্ষই গাপ দিব বিচাৰিছে এই ঘটনা। দিচাং দলঙৰ সমীপত মিণ্টু আলীৰ গেৰেজত এই ঘটনা। ২৬ জুলাইত টেংকাৰৰ ৱেল্ডিঙৰ কাম কৰোঁতেই এই ঘটনা। । টেংকাৰখনৰ ভিতৰতে জ্বলি যায় যুৱকজনৰ শৰীৰ। ৩ আগষ্টৰ নিশা চিকিত্সালয়ত মৃত্যু হয় অগ্নিদগ্ধ হবিবুল আলীৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *