ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ডিব্ৰুগড়ৰ চৌকীডিঙি চাৰিআলিত কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ মন্ত্ৰীৰ পুত্ৰলিকা দহন কৰি ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত।
কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ মন্ত্ৰী Mansukh Mandaviya আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি নামৰূপ সাৰ কাৰখানা বন্ধ কৰা বিৰূদ্ধে প্ৰতিবাদ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ।
উল্লেখ যে, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা, অসম চুক্তিৰ স্বাক্ষৰৰ বিশেষ নিযুক্তিৰ স্থল বহন কৰা নামৰূপ সাৰ কাৰখানা এতিয়া বিলুপ্তিৰ পথত।
নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰুধীতাৰে ডিব্ৰুগড়ত সদৌ অসম ছাত্র সন্থাৰ প্ৰতিবাদ।
নিটি আয়োগৰ পৰামৰ্শ মৰ্মে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তথ্য প্ৰকাশ পোৱাৰ পাছতেই, এইদৰে অগ্নিশৰ্মা সদৌ অসম ছাত্র সন্থা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *