টেঙাখাতত গো মাংস সহ এজনক গ্ৰেপ্তাৰ।
মুখ্যমন্ত্ৰী নিৰ্দেশকো বুঢ়া আঙুলি দেখাই টেঙাখাত একাংশ অসাধু ব্যৱসায়ীয়ে দিনক দিনে চলাই নিছে গো মাংস বিক্ৰীৰ অবৈধ বেহা।
তেনে সময়তে আজি টেঙাখাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি টেঙাখাত চহৰৰ মাজ মজিয়াত এটা গৰু কাটি থকা অৱস্থাত হাতে লোতে ধৰিবলৈ সক্ষম হয়।

