জোনবিল মেলাকলৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা।প্ৰত্যেক বছৰৰ দৰে এইবছৰো জোনবিল মেলাত অসমৰ প্ৰৱল প্ৰতাপী মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাই জোনবিল মেলাক লৈ হৈ থকা বহু দিনীয়া মাটিৰ সমস্যা অন্ত পেলোৱাৰ লক্ষ্যৰে অসম চৰকাৰৰ তৰফৰ পৰা ২০ বিঘা মাটি গোভা দেওৰজা জোনবিল মেলাৰ উন্নয়ন সমিতিক ক্ৰয় কৰি দিয়া কথা ঘোষণা কৰে।লগতে আজু ককাৰ দিনৰে পৰা চলি অহা মেলা বা ধৰ্মীয় অনুষ্ঠান উৎসৱ পাৰ্বনত মুকলিকৈ থুলুৱা মদ্যপান কৰিব পাৰি বুলি মন্তব্য কৰে ।উক্ত বিষয়ত উপায়ুক্তক হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিয়ে।