জুৰীয়াত ৰেলৱে বিভাগৰ বৈদ্যুতিক তাৰ চুৰি।

জুৰীয়াত ৰেলৱে বিভাগৰ বৈদ্যুতিক তাৰ চুৰি।
এইবাৰ ৰেলৱে বিভাগৰ বৈদ্যুতিক তাৰৰ ওপৰত পৰিল চোৰৰ চকু। জুৰীয়া ৰেলৱে ষ্টেচনৰ নিচেই কাষতে থকা ৰেলৱে বিভাগৰ বৈদ্যুতিক তাৰ নিশা চুৰে চোৰ কৰি লৈ যায় ৷ মৈৰাবাৰী পৰা চাপৰমুখলৈকে বৈদ্যুতিকৰণৰ বাবে নতুনকৈ তামৰ তাৰৰ সংস্থাপনৰ কৰা হৈছিল। যদিও এতিয়ালৈকে বিদ্যুৎ সংযোগ কৰা হোৱা নাই। যোৱা কালি নিশা চুৰে ২০০ মিটাৰ তামৰ তাৰ চোৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ৰেলৱে বিভাগৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *