জাগীৰোডৰ টেঘেৰীয়াত ৰে’লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু

76

জাগীৰোডৰ টেঘেৰীয়াত ৰে’লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু।

ৰে’ল লাইন অতিক্ৰম কৰিবলৈ লওঁতেই খুন্দা মাৰে হাতীটোক।

উজনিমুৱা ৰে’লৰ খুন্দাত মৃত্যু বন্যহস্তীটোৰ।

খাদ্যৰ সন্ধানত সোণাইকুছি বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো।

ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষী, বন বিভাগৰ লোক।