জম্মু-কাশ্মীৰত ভয়ংকৰ ঘটনা

61

জন্মু-কাশ্মীৰত সংঘটিত হয় ভয়ংকৰ ঘটনা৷

মাতৃৰ হাতত প্ৰাণ যায় যমজ সন্তানৰ৷

উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী তিনি মাহ পূৰ্বে চৌদি আৰৱত কামৰ বাবে গৈছিল আৰু তাৰ পৰা উভতি আহি সন্তান দুটি নহয় বুলি দাবী কৰে৷

আৰক্ষীৰো কাষ চাপে ব্যক্তিগৰাকীয়ে৷

ইয়াৰ পাছতেই মহিলাগৰাকীয়ে হত্যা কৰে সন্তান দুটিক৷