চিৰাঙত গড় চিকাৰীক এনকাউন্টাৰ

চিৰাঙত গড় চিকাৰীক এনকাউন্টাৰ। জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত ভূটান সীমান্তৰ জালুকনি খাপলি নদিত মালেভিটা বুলি ঠাইত যোৱা নিশা সংঘটিত হয় । এই এনকাউন্টাৰ। দুটাকৈ গড় হত্যা আৰু ৩০-৪০ টা বন্য হস্তি চিকাৰৰ সৈতে জড়িত নৱেশ্বৰ বসুমতাৰীক এনকাউন্টাৰ। ভূটান সীমান্তত অঞ্চলত ইতিমধ্যেই গড় চিকাৰত জড়িত ৩ জন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বন বিভাগ-আৰক্ষী। যোৱা নিশা গ্ৰেপ্তাৰ গড় চিকাৰী সকলক লৈ অইন চিকাৰী বিচাৰী অভিযানত যোৱা দলটোৰ ওপৰত আক্ৰমন হোৱাত আৰক্ষীৰ এজন লোক আহত হোৱাৰ লগতে এজন চিকাৰী এনকাউন্টাৰ। যিহেতু ভূটান সীমান্তত সংঘটিত হৈছে এই ঘটনা । এতিয়াও এই বিষয়ে বিতং তথ্য পোহৰলৈ অহা নাই। অভিযানকাৰী দলটো ওলাই অহা নাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *