চাবুৱাৰ ডিকম বাইপাচত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
চুইফট ডিজাইয়াৰে মহটিয়াই নিলে তিনি গৰাকী চাহ শ্ৰমিকক।
থিতাতে নিহত হয় দুগৰাকী মহিলা।
উল্লেখ্য যে চিকিৎসাধীন অৱস্থাত অসম চিকিৎস্যা মহাবিদ্যালয়ত মৃত্যু আন এগৰাকী চাহ শ্ৰমিক।
নিহত ক্ৰমে মীনা বেদিয়া, ৰীতা বেদিয়া, সুনীতা ভত্তা।
দুর্ঘটনা সংঘটিত কৰিয়েই পলাতক কৰে গাড়ীৰ চালক।
উল্লেখযোগ্য যে দুৰ্ঘটনাস্থলীত ৰাইজে উত্তেজিত হৈ বাইপাচ অৱৰোধ কৰিছে।
দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হৈছে AS06 Z 3501
