গৰু সৰবৰাহৰ বিৰুদ্ধে সৰব হৈছে অসম আৰক্ষী।

গৰু সৰবৰাহৰ বিৰুদ্ধে সৰব হৈছে মায়ং আৰক্ষী। ৰাজ্যত গো- সুৰক্ষা আইনেও বাধা আৰোপ কৰিব পৰা নাই একাংশ চোৰাং গো সৰবৰাহীক। আজি মায়ং আৰক্ষীৰ অভিযানত মায়ঙত জব্দ হৈছে ২২ টাকৈ চোৰাং গৰু সহ চাৰিখন গাড়ী।
বৰ্তমানলৈ উক্ত গৰু সৰবৰাহৰ সৈতে জড়িত থকা ১১জন লোক মায়ং আৰক্ষীৰ জালত পৰিছে।
জানিব পৰা মতে মায়ং অঞ্চলৰ মাজেৰে গৰু কেইটা লৈ গাড়ী কেইখন গৈ থকা অৱস্থাত মায়ং আৰক্ষীৰ অভিযানত জব্দ হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *