গোৰেশ্বৰৰ নাওকাটাত সংঘটিত হৈছে ভংয়কৰ অগ্নি কাণ্ড


গোৰেশ্বৰৰ নাওকাটাত সংঘটিত হৈছে ভংয়কৰ অগ্নি কাণ্ড ।

৫ বিঘাত কৈ অধিক খেতি জাহ গ’ল অগ্নি কাণ্ডৰ ফলত।

আজি বিয়লি প্ৰায় ১:৩০ বজাত গোৰেশ্বৰৰ ৰাজহ চক্রৰ অন্তৰ্গত পুৱ নাওকাটাত সংঘটিত হয় এক অগ্নিকাণ্ড ঘটনা।


ধান খেৰ জ্বলাই দিয়াৰ ফলত সংঘটিত হয় এই ঘটনা।।
হঠাৎ জ্বইৰ লেলিহান শিখাই আগুৰি ধৰি অঞ্চল।

ঘটনাস্থলিত উপস্থিত হৈ নিৰ্বাপক কৰে জুই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *