গেলেকীত ONGC ৰ ভূমি বেদশলকাৰীৰ বিৰুদ্ধে শুক্ৰবাৰে চলিব উচ্ছেদ অভিযান ।



দীৰ্ঘদিন ধৰি ONGC ৰ মাটি বেদখল কৰাৰ অভিযোগ কেইবাটাও পৰিয়ালৰ বিৰুদ্ধে ।

এই সম্পৰ্কে ONGC য়ে জাননী জাৰী কৰি অহাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়াল কেইটাৰ বিৰুদ্ধে ।

ইফালে পৰিয়াল কেইটাৰ অভিযোগ যে কোনো ধৰণৰ উচ্ছেদৰ জাননী নিদিয়াকৈ ONGC য়ে উচ্ছেদ চলোৱাৰ যো-জা চলাইছে ।।

পৰিয়ালকেইটাৰ অভিযোগ অনুসৰি একোজনকৈ স্থানীয় নিৰ্দিষ্ট ব্যক্তিৰ পৰা কেইবাবছৰো আগতে ক্ৰয় কৰি লৈছিল একোডোখৰকৈ মাটি ।।


মাটি বিক্ৰীৰ সময়ত সেই ব্যক্তিকেইজনে কোনো ধৰণৰ তথ্য দিয়া নাছিল পৰিয়াল কেইটাক এই অভিযোগ কৰিছে ভূক্তভুগী পৰিয়ালকেইটাই ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *