গাদ্দাৰ শব্দক লৈ ৰাজহুৱা সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতাৰ দুখ প্ৰকাশ

গাদ্দাৰ শব্দক লৈ ৰাজহুৱা সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতাৰ দুখ প্ৰকাশ। আল্লাই বিচাৰ কৰাৰ আৰাধনা বিধায়িকা গৰাকীৰ।হয় আমাৰ বাইদেউৰ আজি খং উঠা যেন লাগিছে। বাইদেউ, কেৱল খং নহয়, ক্ষোভতো লালকাল হৈ পৰিছে। ক্ষোভিত হোৱাৰ কাৰণ গাদ্দাৰ শব্দক লৈয়ে।উল্লেখযোগ্য যে বিগত ৰাজ্য সভাৰ নিৰ্বাচনৰ ভোটদানক লৈ বাইদেৱে গাদ্দাৰ নাম ওলাইছে। গাদ্দাৰ বাইদেউ জনী হৈছে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস। কামৰূপ জিলাৰ বকোৰ বদলা-মালিবাৰী বজাৰ ক্লাৱৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনত এই দৰে ক্ষোভিত হৈ পৰে বিধায়িকা নন্দিতা দাসে। বিধায়িকা নন্দিতা দাসে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোটদান কৰাৰ পিছতো গাদ্দাৰ আখ্যা দিয়াক এই ক্ষোভ। বিধায়িকা নন্দিতা দাসে আল্লাৰ ওচৰত বিচাৰ দাখিল কৰিলে। সমষ্টি তথা মালিবাৰী এলেকাত কোনো উন্নয়ন মূলক কাম কাজ নোহোৱাত ৰাজহুৱা সভাতে ৰাইজৰ কাঠগড়াত থিয় হৈ জবাবদিহ হবলগীয়া হল বিধায়িকা নন্দিতা দাস।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *