খাৰুপেটীয়াৰ বালুগাঁৱত এক পথ দুৰ্ঘটনা

খাৰুপেটীয়াৰ বালুগাঁৱত এক পথ দুৰ্ঘটনা সংগঠিত হয়।দৰং জিলাৰ খাৰুপেটিয়াৰ বালুগাওঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা , বালুগাওঁ বজাৰৰ ভিৰৰ তীব্ৰ যানযটৰ বাবে দলগাওঁৰ পৰা মঙলদৈ অভিমুখে গৈ থকা ধ্ৰুবজ্যোতি ডেকা নামৰ ব্যক্তি গৰাকীৰ R1 5 বাইকত খুন্দা মাৰে চিলিন্ডাৰ ভৰ্তি এখন ট্ৰাকে , ফলত ভাগ্য ক্ৰমে বাইক আৰোহী জনৰ প্ৰাণ ৰক্ষা পৰে যদিও বিস্তৰ ক্ষতি হয় বাইকৰ। ইতিমধ্যে ঘটনা স্হলীত খাৰুপেটীয়া থানাৰ যান-বাহন আৰক্ষী উপস্হিত হৈ ট্ৰাক আৰু বাইক থানালৈ লৈ যায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *