খাদ্যৰ পৰিৱৰ্তে মুদ্ৰা সেৱন কৰা এজন যুৱক

খাদ্যৰ পৰিৱৰ্তে মুদ্ৰা আৰু চুম্বকৰ টুকুৰা সেৱন কৰা এজন যুৱক। মানসিকভাৱে দুৰ্বল যুৱকজনৰ পেটৰ পৰা ওলাল ৩৯টা মুদ্ৰা আৰু ৩৭টা চুম্বকৰ টুকুৰা। অস্ত্ৰোপচাৰৰ জৰিয়তে উলিওৱা হ’ল ১টকীয়া, ২টকীয়া আৰু ৫টকীয়া মুদ্ৰা আৰু বিভিন্ন আকৃতিৰ চুম্বকৰ টুকুৰা। যুৱকজনৰ মতে, এইসমূহত যথেষ্ট পৰিমানে জিংক থাকে যিয়ে তেওঁক সুস্থ হৈ থকাত সহায় কৰিব, সেয়ে এইসমূহ খাদ্য হিচাপে গ্ৰহণ কৰে যুৱকজনে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *