খটখতিত ১০লাখ টকাৰ ড্ৰাগছ সহ আটক এজনক

খটখতিত ১০লাখ টকাৰ ড্ৰাগছ সহ আটক১

এক বিশেষ সূত্ৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত খটখতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ লগতে ২০নং CRPF বাহিনীৰ যৌথ অভিযানত খটখতি আৰক্ষী থানাৰ অন্তৰ্গত কালিৰাম বস্তিত অভিযান চলাই ফুৰকান আলি নামৰ এজনৰ ঘৰত তালাচী চলাই ৬টা চাবোনৰ বাকচত ৫৭.৬৫গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।
বৰ্তমান আৰক্ষীয়ে মজুতকাৰীটোক জেৰা অব্যাহত ৰাখিছে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *