কৰিমগঞ্জত ভূমিস্খলন

68

কৰিমগঞ্জত ভূমিস্খলন।

ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ মৃত্যু।

বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা।

আব্দুল কৰিমৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ মৃত্যু।

নিহত আব্দুল কৰিমৰ পত্নী ৰাইমুননেছা, কন্যা সাহেদা খানম, জাহেদা খানম, হামিদা খানমৰ মৃত্যু।

নাতিয়েক মেহেদি হাছানৰো মৃত্যু।