কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আৰক্ষীৰ বাহনৰ খুন্দাত দুই যুৱকৰ মৃত্যু। জানাজা সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথতে মহটিয়ালে আৰক্ষীৰ বাহনে। মৃত্যু মুস্তুফা আহমেদ আৰু আসাদ গনিৰ। শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *