কাইলৈ অনুষ্ঠিত হ’ব NEET-PG পৰীক্ষা।
দেশৰ ১৮৫ খন চহৰৰ ৫০০টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।
চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে অনুষ্ঠিত কৰিব পৰীক্ষা।
দুবেলা অনুষ্ঠিত হ’ব পৰীক্ষা।
পৰীক্ষাত অৱতীৰ্ণ হ’ব ২ লাখ ২৮ হাজাৰ ৫৪২ গৰাকী পৰীক্ষাৰ্থী।