কলিয়াবৰত স্কুলীয়া ছাত্ৰ নিৰুদ্দেশ

কলিয়াবৰত স্কুলীয়া ছাত্ৰৰ নিৰুদ্দেশ। কলিয়াবৰ জখলাবন্ধা ৰাঙলুৰ পৰা নিৰুদ্দেশ হৈছে এজন ছাত্ৰজন। সন্ধানহীন ছাত্ৰ জন টেটুলগুৰি মহাত্মা গান্ধী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সুমিত গুৱালা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিয়লি ঘৰৰ পৰা টিউচনলৈ ওলাই গৈ ঘৰলৈ ঘূৰি নাহিল ছাত্ৰজন । দুদিন ধৰি সন্ধানহীন সুমিতৰ যদি কোনোৱে খবৰ পাই তেন্তে 9954493519 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে পিতৃ ৰমেশ গোৱালাই অনুৰোধ জনাইছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *