কলিয়াবৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰ তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা । কথমপি প্ৰাণ ৰক্ষা বাইক আৰোহীৰ।
তেজপুৰ পৰা নগাওঁ অভিমুখী আছিল গাড়ীখন আৰু বিপৰিত দিশৰ পৰা আহিছিল বাইক খন।
আঘাত প্ৰাপ্ত বাইক আৰোহি জনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে তেজপুৰ লৈ প্ৰেৰণ ।

দুর্ঘটনাগ্ৰস্ত বাহন কেইখনৰ নম্বৰ AS12P 3148 আৰু AS12Q 1550 ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *