কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

কংগ্রেছৰ ভাৰত জোড়ো যাত্রা ধুবৰীৰ পৰা আহি মৰিগাঁও নগৰত উপস্থিত হৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিশেষ কৈ অসম মেঘালয় সীমান্তত হোৱা হিংসাজৰ্জ পৰিবেশত মৃত্যু হোৱা মেঘালয়ৰ মৃত লোকক অসম চৰকাৰে পাঁচ লাখ কৈ টকা দিয়াক লৈই আৰু গুৱাহাটী মহানগৰিত দিন দুপৰতে হৈ থকা ডকাটি ঘটনাক লৈ তীব্ৰ সমালোচনা কৰে সভাপতি ভুপেন বৰাই

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *