এটা পথে জলাকলা খুৱাইছে ৰাইজক

39

পথৰ দুৰ্ৱস্থাই জলাকলা খুৱাইছে ৰাইজক ।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আৰু চক্ৰভৌম গাঁও পঞ্চায়ত সম্পূৰ্ণ ব্যৰ্থ পথৰ দুৰ্ৱস্থা নিৰ্মুল কৰাত।
সময়ে সময়ে ৰাইজে গাঠিৰ ধন ভাঙি বা শ্ৰম দান দি কৰিব লগীয়া হৈ আছে পথৰ মেৰামতিৰ।কাণসাৰ নাই বিভাগীয় কতৃপক্ষ তথা জনপ্ৰতিনিধিৰ।বিপদসংকুল যাত্ৰা অব্যাহত স্কুলীয়া শিক্ষাৰ্থী তথা স্বাস্থ্য সেৱাৰ লগত জড়িত মহিলাৰ লগতে ৰাইজ। ৰাইজৰ অনুৰোধ প্ৰশাসনৰ হস্তক্ষেপত পঞ্চায়তৰ অন্তৰ্গত বাট পথ সমুহ।