এখন বাহৰ দলঙেৰে বিপদসংকুল যাতায়ত গোৰেশ্বৰবাসী ৰাইজৰ

এখন বাহৰ দলঙেৰে বিপদসংকুল যাতায়ত গোৰেশ্বৰবাসী ৰাইজৰ ।

গোৰেশ্বৰ তামুলপুৰ সংযোগী পথৰ বৰপথাৰত পুঠিমাৰি নৈৰ ওপৰত আজিও নিৰ্মান নহ’ল এখন পকী দলং

বাঁ‌হৰ দলঙেৰে বিপদসংকুল যাতায়ত দুয়োপাৰৰ ৰাইজৰ ।

প্ৰতিবছৰে স্থানীয় ৰাইজে বাঁ‌হেৰে নিৰ্মান কৰা বিপদজ্জনক দলংখনেই একমাত্ৰ যোগাযোগ ব্যৱস্থা ।

স্বাধীনতাৰ সাতটা দশকৰ পিছতো কোনো এখন চৰকাৰৰ সু-দৃষ্টি নপৰিল দলংখনত । আনহাতে ১৫ বছৰে বিটিচি শাখন কৰা বিপিএফ চৰকাৰৰ লগতে বৰ্তমানৰ ইউপিপিএল দলৰ চৰকাৰেও অঞ্চটোৰ ৰাইজৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ দলংখন নিৰ্মান কৰি দিবলৈ অহ্বান জনাইছে স্থানীয় ৰাইজে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *