একাধিক যৌনসংগী ৰখাৰ তালিকাত অসমৰ নাম

একাধিক যৌনসংগী ৰখাৰ তালিকাত অসমৰ নাম

দেশৰ ১১ খন ৰাজ্যৰ মহিলাই ৰাখে অধিক যৌনসংগী

National Family Health Survey’ ৰ সমীক্ষাত ভয়ংকৰ তথ্য

কেন্দ্ৰীয় শাসিত অঞ্চলত চলোৱা হৈছিল এই সমীক্ষা

সমীক্ষাত পুৰুষতকৈ মহিলাৰ অধিক যৌনসংগী দেখা হৈছিল

সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি

পুৰুষে তেওঁৰ পত্নী বা লিভ ইন সম্পৰ্কত থকা নাৰীৰ সৈতেহে যৌন সম্পৰ্ক কৰে

কিন্তু মহিলাই স্বামী বা লিভ ইন সম্পৰ্কত থকা পুৰুষৰ উপৰিও বাচি লয় অন্য যৌনসংগী

National family health survey য়ে ১.১ লাখ মহিলা আৰু ১ লাখ পুৰুষৰ তথ্যৰ ভিত্তিত চলাইছিল এই সমীক্ষা

একাধিক যৌনসংগী ৰখা ৰাজ্যৰ তালিকাত থকা ৰাজ্যকেইখন হ’ল

ৰাজস্থান…হাৰিয়ানা…চণ্ডীগড়……জন্মু-কাশ্মীৰ…লাডাখ…মধ্যপ্ৰদেশ…অসম…কেৰেলা…লাক্ষাদ্বীপ…পুডুচেৰী…আৰু তামিলনাডু

তথ্য অনুসৰি একাধিক যৌনসংগী ৰাখে ৰাজস্থানৰ মহিলাই

ৰাজ্যখনত এনে পুৰুষ আছে ১.১ শতাংশ

প্ৰতিবেদন অনুসৰি নগৰ অঞ্চলৰ মহিলাতকৈ গ্ৰাম্য মহিলাৰ যৌন সংগী অধিক

চহৰ অঞ্চলতকৈ গ্ৰাম্যাঞ্চলত এনে মহিলা ১.৮ শতাংশ

মেট্ৰচিটি

দিল্লী, মুম্বাই, কলিকতাৰ নাম নাই তালিকাত

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাই উল্লেখ কৰিছে যে একাধিক যৌনসংগী থকাৰ বিষয়টো বিবেচনাৰ বিষয়

এজনতকৈ অধিক যৌনসংগী থকা লোকৰ মাংকিপক্স সংক্ৰমণৰ সম্ভাৱনা বেছি

চিকিৎসকৰ মতে অধিক যৌনসংগী থকা লোকৰ মাংকিপক্স সংক্ৰমণৰ সম্ভাৱনা অতি বৃদ্ধি কৰিছে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *