উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা৷ মাদ্ৰাছা ভাঙি পেলোৱাৰ বাবে উত্তপ্ত পৰিস্থিতি৷ উল্লেখ্য যে, উত্তৰাখণ্ডৰ হালদ্বানীত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল মাদ্ৰাছাখন, যাৰ বাবে ভাঙি পেলোৱা হয় আৰু ইয়াৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ দুই ফৈদৰ মাজত হোৱা হতাহতিত নিহত হয় ৪ জন, আহত ১০০ জনৰো অধিক লোক৷
