অথলে গ’ল বিভিন্ন দল সংগঠনে কৰা প্ৰতিবাদ।নিজৰ স্থিতিতেই অটল থাকিল ৰাজ্য চৰকাৰ।উল্লেখযোগ্য যে ইংৰাজীতে ছপা কৰি উলিয়ালে ষষ্ঠ শ্ৰেণীৰ গণিত বিজ্ঞানৰ পাঠ্যপুথি।এতিয়াৰে পৰা শিক্ষাৰ্থীক ইংৰাজীতেই দিয়া হব শিক্ষা।