আলি-আঃয়ে-লৃগাং উপলক্ষ্যে ১৪ ফেব্ৰুৱাৰীত ৰাজ্যৰ ১০ জিলাত চৰকাৰী বন্ধ ঘোষণা

আলি-আঃয়ে-লৃগাং উপলক্ষ্যে ১৪ ফেব্ৰুৱাৰীত ৰাজ্যৰ ১০ জিলাত চৰকাৰী বন্ধ ঘোষণা। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই ঘোষণা ৰাজ্য চৰকাৰৰ। বন্ধ থাকিব ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী আৰু চৰাইদেউ জিলা। সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে বন্ধৰ নিৰ্দেশনা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *