আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ত বিদ্যালয়খনৰ কৰ্মচাৰী সকলৰ দিনজোৰা কৰ্মবিৰতি

আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ত বিদ্যালয়খনৰ কৰ্মচাৰী সকলৰ দিনজোৰা কৰ্মবিৰতি ৷

ৰাজ্যৰ আন আন ঠাইৰ দৰে গৌৰীপুৰৰ আলমগঞ্জ ৰঙামাটি মহাবিদ্যালয়ত সদৌ অসম চৰকাৰী এন, পি, এচ কৰ্মচাৰী সন্থাৰ আহ্বানত পুৰনি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত আজি এনেদৰে দিনজোৰা অনসন কাৰ্য্যসূচী পালন কৰে।

অসম চৰকাৰে যি এন পি এচ প্ৰবৰ্তন কৰিছে সেই প্ৰবৰ্তন বাতিলৰ দাবীত আজি অসমৰ প্ৰতিটো প্ৰান্তে – প্ৰান্তে কৰ্ম বিৰতি অনসন কাৰ্যসূচী পালন কৰা দেখা গৈছে।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মহাবিদ্যালয়খনৰ অধক্ষ্য , অধ্যাপক , অধ্যাপিকা সকল , তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *