আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়াত গুলীচালনাৰ ঘটনা

আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়াত গুলীচালনাৰ ঘটনা। আততায়ীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ৫গৰাকী লোক। কেলিফৰ্নিয়াৰ ট্ৰেবুকো কেনিয়ন অঞ্চলত এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *