এতিয়াৰে পৰা আপুনি লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা।বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবৰ বাবে আয়ুষ্মান কাৰ্ড বনাবলৈ আহ্বান জনাইছে প্ৰশাসনে।যিসকল লোকে এতিয়ালৈকে এই আয়ুষ্মান কাৰ্ড বনোৱা নাই সেইসকল লোকৰ বাবে জৰুৰীখবৰ কিয়নো প্ৰশাসনে আহ্বান জনাইছে যে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা পাবৰ বাবেই এতিয়াই বনাওক আয়ুষ্মান কাৰ্ড ।
