আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৩.২০ বজাত ডিব্ৰুগড়ত অৱতৰণ কৰিব গৃহমন্ত্ৰীৰ বিমান। ডিব্ৰুগড়ৰ পৰা নাগালেণ্ডৰ মন জিলালৈ হেলিকপ্টাৰেৰে যাব শ্বাহে। মনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।