আজি দূর্গা পূজাৰ পঞ্চমী

বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত চকলাঘাটৰ গৌৰীনাথ শিৱ মন্দিৰত অনুষ্ঠিত দূৰ্গা পুজাৰ আজি ধৰ্ম-ধ্বজা উত্তোলন কৰে নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰে।দূর্গা পূজাৰ আজি পঞ্চমী, পঞ্চমী উপলক্ষে বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সোনাইপাৰ গৌৰীনাথ শিৱ মন্দিৰ প্ৰাংগনত নৱ নিৰ্মিত যঞ্জ পূজা মণ্ডপৰ শুভাৰম্ভ কৰি জলৰোহন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বটদ্ৰবা সমষ্টিৰ বিধায়িকা শিবামনি বৰা নগাঁও জিলা তৃণমূল কংগ্রেছৰ সভাপতি ময়ূৰ মজুমদাৰে। ইফালে ধৰ্ম-ধ্বজা উত্তোলন কৰে নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰে। বিধায়িকা শিৱামনি বৰা আৰু তৃণমূল কংগ্ৰছৰ সভাপতি ময়ুৰ মযুমদাৰে ভকত প্ৰাণ ৰাইজৰ লগতে নেদেখাজনৰ আশিষ লৈ এনেদৰেই জলৰোহন কাৰ্য্যসূচীৰ পিছতে বিধায়িকা শিৱামনি বৰাই বেন পাৰ্তিৰ তালে তালে ককাল ভাঙি নাছিলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *