আকৌ অসমীয়া জাতিক চৰম অপমান সাংসদ বদৰুদ্দিন আজমলৰ। এইবাৰ চেলেং চাদৰ ৰাজহুৱাকৈ দলিয়াই দিলে বদৰুদ্দিন আজমলে। লাহৰীঘাট ব্লক খেলপথাৰত অনুষ্ঠিত গণ সমাৱেশত দলীয় কৰ্মীয়ে আদৰণি জনাইছিল সাংসদগৰাকীক।