অৰুণাচল প্ৰদেশৰ ৩খন জিলাত ৬ মাহৰ বাবে বৃদ্ধি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)ৰ সময়সীমা। নাগালেণ্ডৰ ৮খন জিলাৰ লগতে কেইবাটাও অঞ্চলত বৃদ্ধি কৰা হৈছে AFSPAৰ ম্যাদ। অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, মন, কিফিৰে, নকলাক, ফেক আৰু পেৰেণ জিলাত AFSPAৰ ম্যাদ বৃদ্ধি।