অসমলৈ পুনৰ ভাল খবৰ!

68

অলিম্পিকত দ্বিতীয়বাৰলৈ পদক জয়ৰ আশাৰে পেৰিছ অলিম্পিকলৈ উৰা মাৰিলে অসম কন্যা লাভলিনা বৰগোহাঁই।

বিগতবছৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পিছত এইবাৰৰ লক্ষ্য সোণৰ পদক।

দেশবাসীৰ শুভেচ্ছা আৰু আশীৰ্বাদ শিৰত লৈ শুকুৰবাৰে ভাৰতীয় বক্সিং দলটো দিল্লীৰ পৰা পেৰিছ অলিম্পিকলৈ বুলি ৰাওনা হয়।