অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান কোন হ’ব?

অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান কোন হ’ব?
উল্লেখযোগ্য যে এই মাহতে অন্ত পৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল।
জানিব পৰা মতে ৩১ ডিচেম্বৰত অৱসৰ ল’ব ভাস্কৰজ্যোতি মহন্তই। কিন্তু কোন হ’ব পৰৱৰ্তী অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান তাক লৈ এতিয়া সৰ্বতে চলিছে চিন্তা–চৰ্চা।
এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত৷কিয়নো কাক দায়িত্ব দিব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান হিচাপে সেয়া লক্ষণীয় হব পৰৱৰ্তী সময়ত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *