অসম আৰক্ষীৰ আন এক বৃহৎ সফলতা।এইবাৰ বিলাসীপাৰা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।অভিযানত জব্দ ৩.৫ কিলোগ্রাম ড্রাগছ।লগতে জব্দ কৰে AS-01-EW-3811 নম্বৰৰ এখন স্কুটী।উল্লেখযোগ্য যে ড্রাগছসহ ৰফিকুল ইছলাম নামৰ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।