অবৈধ মাটি খননৰ বিৰুদ্ধে নগৰবেৰাত নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে অব্যাহত ৰাখিছে অভিযান

অবৈধ মাটি খননৰ বিৰুদ্ধে নগৰবেৰাত নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে অব্যাহত ৰাখিছে অভিযান

অবৈধ মাটি খননৰ বিৰুদ্ধে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে দিনে-নিশাই অব্যাহত ৰাখিছে অভিযান।

বন বিভাগে বৃহৎ সফলতা লাভ কৰিছে এই অভিযানত।

নগৰবেৰাত নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়টোৰ বিষয়া- কৰ্মচাৰী আৰু অবৈধ মাটি খননকাৰীৰ মাজত যেন এক প্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতাহে চলি আছে।

দিনে-নিশাই অভিযান অব্যাহত থকাৰ ফলত কিছু পৰিমাণে হলেও অবৈধ মাটি খনন বন্ধ কৰিবলৈ সক্ষম হৈছে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে।

শনিবাৰে দিনৰ ভাগত কাৰ্যালয়টোৰ এটি দলে বকোৰ মাকেলি গাঁওৰ পৰা অবৈধ মাটি খনন কৰা এখন জেচিবি জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীত বনকৰ্মীৰ বাহন দেখা পাই জেচিবি খনৰ মালিক চালক সকলোৱে পলায়ন কৰে৷





By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *