অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী

অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী। DGP জি পি সিঙক সকীয়নি উচ্চ ন্যায়ালয়ৰ। ৫ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এজন অধিবক্তাক। দুমাহৰ ভিতৰত এই ক্ষতিপূৰণ দিব লাগিব অসম আৰক্ষীয়ে। ২০১৬ চনৰ এটা গোচৰত এজন অধিবক্তাক হেণ্ডকাফ লগাইছিল পাণবজাৰ আৰক্ষীয়ে। এজন গৃহৰক্ষীৰ সৈতে হোৱা কজিয়াৰ বাবে গ্ৰেপ্তাৰ হৈছিল অধিবক্তাজন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *